স্বামী-স্ত্রীৰ দাম্পত্যজীৱন

প্রশ্ন: মোৰ প্রশ্নটোৰ কেইবাটাও উত্তৰ পোৱা যায়। সহবাস কৰাৰ সময়ত কিবা দুআ পাঠ কৰাটো কি আবশ্যকীয়?
উত্তৰ:
সকলো প্রশংসা কেৱল আল্লাহৰ বাবে।
 ইছলামী শিষ্টচাৰ হৈছে কোনো মুছলিম তাৰ স্ত্রীৰ সৈতে সহবাস কৰাৰ আগত নিম্নোক্ত দুআটো পাঠ কৰা , বিছমিল্লাহ্‌। আল্লাহুম্মা জান্নিবনাশ্ব শ্বায়তান ওৱা জান্নিবিশ শ্বায়তানা মা ৰাযাকতানা (আল্লাহৰ নামত আৰম্ভ কৰিছো। হে আল্লাহ, আমাক চয়তানৰ পৰা ৰক্ষা কৰা আৰু আমাক যদি কোনো সন্তান প্ৰদান কৰা তাকো চয়তানৰ পৰা ৰক্ষা কৰা ) [ছহীহ বুখাৰী, ফাতহুল বাৰী হাদিছ নং ১৩৮]
 এই দুআটো পাঠ কৰাৰ উপকাৰ হৈছে- যদি এই সহবাসৰ মাধ্যমত আল্লাহ তাআলা কোনো সন্তান প্ৰদান কৰে তেনেহলে চয়তান তাৰ কোনো ক্ষতি কৰিব নোৱাৰিব।

 
Template designed by Rafique Habib